Saturday, January 22, 2011

বন্ধুত্বৰ সুমধূৰ অনুভূতি......

  বন্ধুত্ব তিনিটা আখৰৰ এটি সৰু অথ্চ কি এক আবেগজনক শব্দ | কোৱা হয় যিসকল ব্যক্তিৰ প্ৰাক্ৰিত বন্ধু আছে তেওঁৰ দৰে ভাগৱান,সুখী ব্যক্তি হেনো কোনো নাই | কিন্তু এই শোভাগ্য নিচেই কমসংখ্যক ব্যক্তিৰ খেত্ৰতহে প্ৰযোজ্য হয় | আজিৰ এই পংকিলতা ভৰা সমাজত এজন প্ৰক্ৰিত বন্ধু বিচৰি পোৱাটো দৰাচলতে এক দুৰহ কায্য | কিয়্নো আজিৰ সমাজ্ত প্ৰায় প্ৰত্যেক ব্যক্তিয়ে নিজকলৈ ইমান ব্যস্ত যে বন্ধুত্বৰদৰে এটা গভীৰ সম্বন্ধক ভালদৰে বা নিয়াৰিকৈ পালন কৰিব নোৱাৰে | মনুহৰ সুখৰ দিনত তেওৰ চৰিওফালে বন্ধুত্বৰ পৰিচয় দি উচতাই ৰং চোৱা মনুহৰ সংখ্যা সীমাহীন | কিন্তু, দুখৰ দিনত সহায়ৰ হাত আগব ব্যক্তিৰ সংখ্যা অতি নগন্য, আৰু যি সকল ব্যক্তিয়ে তেওঁৰ বন্ধুৰ দুখৰ সময়্ত তেওঁৰ ওচৰত থিয় দিয়ে সেইজনহে প্ৰক্ৰিত বন্ধু |



 বন্ধুত্বৰ সংগ্য়া একেশাৰীতে দিব পৰা নাযায় |দুজন ব্যক্তিৰ মাজৰ বুজবুজি আৰু মনৰ সাদশ্যতাই বন্ধুত্ব গঢ়াত বেছি সহায়্ক হৈ পৰে | বন্ধুত্বৰ ওপৰত এটা সম্যক ধাৰণা লবলৈ গলে, - “Friends are for sharing joys, sorrows, thoughts, drams, success, funny moments, feeling, secrets, a little space in our life, our failure, and above all a part of our being.” এনেদৰে কলে নিশ্চয় বন্ধুত্ব সম্পৰ্ক বেছি কোৱা নহয় |


 বন্ধুত্বৰ এনাজৰী সুদ্ৰিহ কৰি ৰাখিবলৈ হলে প্ৰথমে এজন ভাল বন্ধু হিচাপে গঢ়ি তুলিবো লগিবো নিজক, তেতিয়াহে আনকো ভাল বন্ধু হিচাপে পাব পৰা যায় | বন্ধুত্ব যে কেৱ্ল মানুহৰ মাজতে সীমাবধ তেনে নহ্য় | মানুহৰ পৰা আতৰি জীৱ-জন্তুৰ লগতো মানুহৰ ভাল বন্ধুত্ব গঢ়ি উথিব পাৰে | কিন্তু এনে বন্ধুত্বকৈ মানুহে মানুহৰ লগত গঢ়ি তোলা বন্ধুত্বৰ যি আকাৰ সেয়াই প্ৰক্ৰিতিত সকলোতকৈ শ্ৰএষ্ট গ্য়ান কৰা হ্য় | বন্ধুত্ব গঢ়িবলৈ হলে ক্ম-বেছি বয়্সৰো পাৰ্থক্যৰ প্ৰয়োজন নাই |সমবয়সীয়া নহলেও দুয্নৰ মাজত বন্ধুত্ব গঢ়ি উথিব পাৰে | বন্ধুত্বৰ বাবে লিংগ বিচৰাৰো আৱ্শ্য্কতা নাই | স্ত্ৰিলিংগৰো বন্ধুত্ব পুংলিংগৰ লগত হব পাৰে | এটি কম বয়্সৰ লৰা বা ছোৱলীৰ লগতো এজন বৃদ্ধৰ বন্ধুত্ব হোৱাটো ডাঙৰ কথা নহয় | এজন কু-স্বভাৱৰ  মনুহৰ লগতো এজন সু-স্বভাৱ প্ৰাপ্ত মনুহৰ বন্ধুত্ব হব পাৰে | বন্ধুত্বৰ বাবে কোনো ধৰা-বন্ধা নিয়্ম নাই, নাই বয়সৰ তাৰতম্য, নাই পৰৰ মহিলা বুলি কোনো ভেদাভেদ ভাৱ | এটি নিমল তথা পৱিত্ৰ মনৰ অধিকৰী হব পাৰিলেহে বন্ধুত্ব সদায় বন্ধুৰ ৰুপতেই পোৱা যাব | বন্ধুত্ব গঢ়ি তোলাটো ডান্গৰ কথা নহয়. কিন্তু ধৰি ৰখাতোহে প্ৰক্ৰিতে বৰ ডাঙৰ কথা |
|

  বন্ধুত্ব হৈছে মানব ফুলনিত ফুলি থকা এপাহ সুগন্ধি ফুল | প্ৰক্ৰিত বন্ধু সেইজনহে যিয়ে আনকো নিঃস্ৱাৰ্থ ভাৱেৰে ভাল পাব পাৰে, সহায়-সহযোগ কৰিব পাৰে |  “A Friend in need is a Friend in deed” বিপদ-আপদ আদি সকলো সময়তে যিজনে সামৰ্থ অনুযায়ী সহায়-সহযোগ অনুযায়ী সহায় সহযোগ আগবহায় তেওঁহে প্ৰক্ৰিত তথা আপোন বন্ধু | We have to take the consult and advice of our Friendship. We need Friends of sorrow and disperse. We need Friends to share our joys and sorrows. But real Friends are very few in numbers. They never leave us alone in a moments of our well and woe. 

 বন্ধুত্বৰ প্ৰক্ৰিত বন্ধন তেতিয়া আৰু সুদ্ৰিহ হয়, যেতিয়া এজনে আনজন বন্ধুৰ সকলো কথা জানে বা এজনে আনজনক দিধাহীন ভাবে সকলো কব পাৰে আৰু আলোচনা কৰিব পাৰে | তেতিয়াহে এজনে আনজনক শুধ পথ্লৈ আগুৱাই নিব পাৰে | এজনে আনজনক মানি চলা, বুজি পোবা এনে কাৰ্যবোৰক প্ৰক্ৰিত বন্ধুত্বৰ বৈশিশ্ট্য বুলি কব পাৰি | বন্ধুৰ সংগই কাৰোবাক ভাল পথে বা কাৰোবাক বেয়াপথেও পৰিচালিত কৰিব পাৰে | প্ৰক্ৰিত বন্ধু সেইজন যিজনে নিজৰ লগতে লগৰজনৰো সুবিধা-অসুবিধাৰ কথাবোৰৰ ওপৰত গুৰুত্ব দিয়ে | Real Friend is that which is based on real love, understanding and sense of sacrifices.


প্ৰক্ৰিত বন্ধুত্বৰ এনাজৰী সুদ্ৰিহ কৰিবলৈ প্ৰথমে বন্ধুজনৰ সুখ-দুখৰ সমভাগী হব লাগে | তেওঁৰ কথাবোৰক গুৰুত্ব দিয়াটো অতিকৈ আৱ্শ্যক | তেওঁৰ প্ৰতিটো কথা শুনিবলৈ বা বুজিবলৈ চেশঠা কৰাটো অতিকৈ বান্চনীয় | প্ৰথমে নিজকে এজন শ্ৰোতা হিচাপে গঢ়ি তোলাটো অতিকৈ প্ৰয়োজনীয় | তেওঁৰ সুবিধা-অসুবিধাৰ গুৰুত্ব দিয়াটো দৰকাৰ | এনে কাৰ্যবোৰ কৰি গলে দেখিব আপুনিও আপোনাৰ বন্ধুজনৰ প্ৰিয় আৰু প্ৰক্ৰিত বন্ধু হৈ পোৰিছে | গতিকে এই পংকিলতা ভৰা সমাজত জীৱশ্ৰেশ্ট্য মানৱ ৰুপে জন্মগ্ৰহন কৰি আন একো কৰিব নোৱাৰিলেও অন্তত্বঃ এজন ভাল বন্ধু গঢ়ি তুলিবলৈ জত্ন কৰক | কিজানিবা সেই বন্ধুত্বই আপোনাক মানৱ জীৱ্নৰ সৰ্থকতা দি যায় |